লোকেল উৎপাত
প্ৰচলিত স্থুল হাঁহিক ‘লোকেল উৎপাত’-এৰে উৎখাত কৰি বুদ্ধিদীপ্ত ব্যংগৰে অসমীয়া চিনেমাক শিল্পী কেনি বসুমতাৰীয়ে প্ৰদান কৰিছে এক নতুন মাত্ৰা।
the7mk2 domain was triggered too early. This is usually an indicator for some code in the plugin or theme running too early. Translations should be loaded at the init action or later. Please see Debugging in WordPress for more information. (This message was added in version 6.7.0.) in /home4/cartox8t/public_html/wp-includes/functions.php on line 6131প্ৰচলিত স্থুল হাঁহিক ‘লোকেল উৎপাত’-এৰে উৎখাত কৰি বুদ্ধিদীপ্ত ব্যংগৰে অসমীয়া চিনেমাক শিল্পী কেনি বসুমতাৰীয়ে প্ৰদান কৰিছে এক নতুন মাত্ৰা।
বিগত দুটাকৈ বছৰে ক’ভিডৰ বাবে বন্দীত্বৰ জীৱন পাৰ কৰা খেতিয়কে এইবেলি কোনোমতে মূৰ দাঙি উঠিবলৈ চেষ্টা কৰিবলৈ নৌপাওতেই বছৰৰ প্ৰথমটো সংহাৰী বানত ভেটিৰে সৈতে কষ্টৰ ফচল খেতিও সমূলি হেৰুৱাবলগীয়া হৈছে। দুবছৰীয়া বন্দীত্বত ধাৰ ঋণত পোত গৈ থকা খেতিয়কে ভাবিছিল এইবেলি খেতি চপাই ঋণ পৰিশোধ কৰিব। কিন্তু ভবা কথা ভবাতেই ৰ’ল। পিছে এই লৈ চৰকাৰ-জাতীয় সংগঠন…
কাঁন চলচিত্ৰ মহোৎসৱ সম্পৰ্কত কাৰোবাৰ স্বাৰ্থ পূৰণৰ বাবে মিছা তথ্য আৰু বাতৰি পৰিৱেশন কৰি ৰাইজৰ বিশেষকৈ সামাজিক মাধ্যমৰ সচেতন ৰাইজৰ ৰোষত পৰিল একাংশ সংবাদ গোষ্ঠী আৰু অতি চালাক বুলি ভবা অত্যুৎসাহী সাংবাদিক। উল্লেখযোগ্য যে, কাঁন চলচিত্ৰ মহোৎসৱৰ ৰঙা কাৰ্পেটত অসমৰ খেনোৱে খোজ দি অসমক গৌৰৱান্বিত কৰা বুলি ‘নগৈ গড়গাঁৱৰ বতৰা’ দিয়াৰ লেখীয়া ভুৱা বাতৰি বিলাই…
সাধু কথাৰেই চলিছে একাংশ সংবাদ গোষ্ঠী আৰু সাংবাদিক। প্ৰভাৱশালী কোনোৱে সাজি সাজি সাধু কথা ক’ব আৰু তাকে একাংশ সাংবাদিকে ৰাইজৰ মাজত প্ৰচাৰ চলাব। আৰু তাৰ ফলতেই কাঁন চলচিত্ৰ মহোৎসৱৰ ৰঙা কাৰ্পেটত অসমৰ খেনোৱে খোজ দি অসমক গৌৰৱান্বিত কৰা বুলি ‘নগৈ গড়গাঁৱৰ বতৰা’ দিয়াৰ লেখীয়া ভুৱা বাতৰি বিলাই ফুৰিছে অসমৰ একাংশ সংবাদ গোষ্ঠীয়ে। আৰু অসমৰ সচেতন…
কাঁন চলচিত্ৰ মহোৎসৱৰ ৰঙা কাৰ্পেটত অসমৰ খেনোৱে খোজ দি অসমক গৌৰৱান্বিত কৰা বুলি ‘নগৈ গড়গাঁৱৰ বতৰা’ দিয়াৰ লেখীয়া ভুৱা বাতৰি বিলাই ফুৰিছে অসমৰ একাংশ সংবাদ গোষ্ঠীয়ে। আৰু অসমৰ সচেতন ৰাইজে এই লৈ সংশ্লিষ্ট সংবাদ মাধ্যম আৰু সাংবাদিকক ককৰ্থনাৰে থকা-সৰকা কৰিছে।
সকলোধৰণৰ প্ৰচাৰৰ পৰা আঁৰত থাকি আৰ্তজনক নীৰৱে সহায়ৰ হাত আগবঢ়াই থকা সঁচা মানুহখিনিলৈ শ্ৰদ্ধা!
ইন্ধন,ঔষধকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দিনৌ অনিয়ন্ত্ৰিত দাম বৃদ্ধিৰ পাছতো নানা উপহাসেৰে দাম বঢ়া নাই বুলি দৃঢ় অন্ধ ভক্ত, নেতা মন্ত্ৰীয়ে এতিয়া এশ টকাকৈ দাম বঢ়াৰ পাছত দহ টকা কমাই দিয়াৰ লগে লগে কৈছে দেশবাসীলৈ এয়া মোদী চৰকাৰৰ বৃহৎ সকাহ। অৰ্থাৎ দাম যে বাঢ়িছিল তাক খোদ চৰকাৰী মানুহেই স্বীকাৰ কৰি ল’লে!
‘বুম্বা’- প্ৰকৃত নাম ইন্দ্ৰজিৎ, অৰ্থাৎ এই ইন্দ্ৰজিৎ পেগুৰ বাবেই কাঁন চলচিত্ৰ মহোৎসৱৰ যোগেদি আজি বিশ্ব চলচিত্ৰ মঞ্চত সন্মানিত হ’ল অসম।
এচাম ক্ষমতাশালী ন্যস্তস্বাৰ্থৰ মানুহে শেষ কৰিছে প্ৰকৃতি, আৰু ভূঞ্জিবলগীয়া হৈছে প্ৰকৃতি আৰু সাধাৰণ মানুহ তথা জীৱকূলে।
নিৰপেক্ষতাৰ নামত সাংবাদিকতাই কাহানিবাই ৰাজনীতিক-নেতা-মন্ত্ৰী-চৰকাৰৰ পক্ষত শৰণ ল’লে।
অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ‘অষ্টলক্ষ্মী’ বুলি অভিহিত কৰা ৰজাৰ বাবে দুৰ্যোগৰ সময়ত অস্ত লক্ষ্মী গুৰুত্বহীন।
দুৰ্নীতিমুক্ত অসম বা ভাৰতৰ শ্লোগান দিয়া চৰকাৰৰ দিনতেই সংঘটিত হৈছে ব্যাপক দুৰ্নীতি।