May262022Spread the love বিগত দুটাকৈ বছৰে ক’ভিডৰ বাবে বন্দীত্বৰ জীৱন পাৰ কৰা খেতিয়কে এইবেলি কোনোমতে মূৰ দাঙি উঠিবলৈ চেষ্টা কৰিবলৈ নৌপাওতেই বছৰৰ প্ৰথমটো সংহাৰী বানত ভেটিৰে সৈতে কষ্টৰ ফচল খেতিও সমূলি হেৰুৱাবলগীয়া হৈছে। দুবছৰীয়া বন্দীত্বত ধাৰ ঋণত পোত গৈ থকা খেতিয়কে ভাবিছিল এইবেলি খেতি চপাই ঋণ পৰিশোধ কৰিব। কিন্তু ভবা কথা ভবাতেই ৰ’ল। পিছে এই লৈ চৰকাৰ-জাতীয় সংগঠন নীৰৱ। Leave a comment Share This Share on FacebookShare on Facebook Post navigationPreviousPrevious post:কাণমলা!NextNext post:লোকেল উৎপাতভয়May 8, 2024সুবিধাMay 4, 2024স্বাভিমানMay 3, 2024কাক ভোট দিবাMay 2, 2024অ’ ফুল অ’ ফুলApril 29, 2024আঁৰ বাণ নক্সালApril 28, 2024