Skip to content
কাঁন চলচিত্ৰ মহোৎসৱ সম্পৰ্কত কাৰোবাৰ স্বাৰ্থ পূৰণৰ বাবে মিছা তথ্য আৰু বাতৰি পৰিৱেশন কৰি ৰাইজৰ বিশেষকৈ সামাজিক মাধ্যমৰ সচেতন ৰাইজৰ ৰোষত পৰিল একাংশ সংবাদ গোষ্ঠী আৰু অতি চালাক বুলি ভবা অত্যুৎসাহী সাংবাদিক। উল্লেখযোগ্য যে, কাঁন চলচিত্ৰ মহোৎসৱৰ ৰঙা কাৰ্পেটত অসমৰ খেনোৱে খোজ দি অসমক গৌৰৱান্বিত কৰা বুলি ‘নগৈ গড়গাঁৱৰ বতৰা’ দিয়াৰ লেখীয়া ভুৱা বাতৰি বিলাই ফুৰিছিল অসমৰ একাংশ সংবাদ গোষ্ঠীয়ে।
Go to Top