Skip to content
সাধু কথাৰেই চলিছে একাংশ সংবাদ গোষ্ঠী আৰু সাংবাদিক। প্ৰভাৱশালী কোনোৱে সাজি সাজি সাধু কথা ক’ব আৰু তাকে একাংশ সাংবাদিকে ৰাইজৰ মাজত প্ৰচাৰ চলাব। আৰু তাৰ ফলতেই কাঁন চলচিত্ৰ মহোৎসৱৰ ৰঙা কাৰ্পেটত অসমৰ খেনোৱে খোজ দি অসমক গৌৰৱান্বিত কৰা বুলি ‘নগৈ গড়গাঁৱৰ বতৰা’ দিয়াৰ লেখীয়া ভুৱা বাতৰি বিলাই ফুৰিছে অসমৰ একাংশ সংবাদ গোষ্ঠীয়ে। আৰু অসমৰ সচেতন ৰাইজে এই লৈ সংশ্লিষ্ট সংবাদ মাধ্যম আৰু সাংবাদিকক ককৰ্থনাৰে থকা-সৰকা কৰিছে।
Go to Top