অমানুহ!

গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ শীৰ্ষক কালজয়ী নাটকখন এখন ভ্ৰাম্যমান থিয়েটাৰে ৰিমিক্সৰ নাম লৈ বিকৃতকৰণৰ বিৰূদ্ধে সৰ্বত্ৰ প্ৰতিক্ৰিয়া অব্যাহত ।

লভিতা

গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ শীৰ্ষক কালজয়ী নাটকখন এখন ভ্ৰাম্যমান থিয়েটাৰে ৰিমিক্সৰ নাম লৈ বিকৃতকৰণৰ বিৰূদ্ধে সৰ্বত্ৰ প্ৰতিক্ৰিয়া।

অম্লজান!

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তীত বৰগীত পৰিৱেশন কৰি থাকোতেই অসুস্থ হৈ মাজুলীৰ চৰকাৰী চিকিৎসালয়ত অক্সিজেনৰ অভাৱত অকালতে প্ৰাণ হানি হ’ল তেজস্বিতা বৰুৱা নামৰ সম্ভাৱনাময় এটি প্ৰতিভা।