চকুলোৰে সেমেকা হাতখনি

 শিশু শ্ৰমিকৰূপে নিয়োজিত কৰি শৈশৱ আৰু মানৱতাক ভেঙুচালি কৰি হত্যা কৰা ডিম্পী ভূমিজক ন্যায় প্ৰদানৰ দাবী জনালোঁ, আৰু মানুহ-মাটিৰ কবি হীৰেন ভট্টাচাৰ্যলৈ জন্মদিনৰ শ্ৰদ্ধাৰ্ঘ্য।