অম্লজান!

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তীত বৰগীত পৰিৱেশন কৰি থাকোতেই অসুস্থ হৈ মাজুলীৰ চৰকাৰী চিকিৎসালয়ত অক্সিজেনৰ অভাৱত অকালতে প্ৰাণ হানি হ’ল তেজস্বিতা বৰুৱা নামৰ সম্ভাৱনাময় এটি প্ৰতিভা।