May252022Spread the love কাঁন চলচিত্ৰ মহোৎসৱ সম্পৰ্কত কাৰোবাৰ স্বাৰ্থ পূৰণৰ বাবে মিছা তথ্য আৰু বাতৰি পৰিৱেশন কৰি ৰাইজৰ বিশেষকৈ সামাজিক মাধ্যমৰ সচেতন ৰাইজৰ ৰোষত পৰিল একাংশ সংবাদ গোষ্ঠী আৰু অতি চালাক বুলি ভবা অত্যুৎসাহী সাংবাদিক। উল্লেখযোগ্য যে, কাঁন চলচিত্ৰ মহোৎসৱৰ ৰঙা কাৰ্পেটত অসমৰ খেনোৱে খোজ দি অসমক গৌৰৱান্বিত কৰা বুলি ‘নগৈ গড়গাঁৱৰ বতৰা’ দিয়াৰ লেখীয়া ভুৱা বাতৰি বিলাই ফুৰিছিল অসমৰ একাংশ সংবাদ গোষ্ঠীয়ে। Leave a comment Share This Share on FacebookShare on Facebook Post navigationPreviousPrevious post:সাধু কথাNextNext post:বন্দী আৰু বিধ্বস্তমিঞা!August 28, 2024ছাঁ কেনি গ’ল!July 28, 2024ক’ত আছে গছ!July 27, 2024আয়ুষ্মান NO ভৱ!July 26, 2024আশ্বাসJuly 25, 2024অৱনীৰ আহ্নিক গতিJuly 24, 2024