অতি চালাকিৰ…

ইন্ধন,ঔষধকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দিনৌ অনিয়ন্ত্ৰিত দাম বৃদ্ধিৰ পাছতো নানা উপহাসেৰে দাম বঢ়া নাই বুলি দৃঢ় অন্ধ ভক্ত, নেতা মন্ত্ৰীয়ে এতিয়া এশ টকাকৈ দাম বঢ়াৰ পাছত দহ টকা কমাই দিয়াৰ লগে লগে কৈছে দেশবাসীলৈ এয়া মোদী চৰকাৰৰ বৃহৎ সকাহ। অৰ্থাৎ দাম যে বাঢ়িছিল তাক খোদ চৰকাৰী মানুহেই স্বীকাৰ কৰি ল’লে!