May262022Spread the love বিগত দুটাকৈ বছৰে ক’ভিডৰ বাবে বন্দীত্বৰ জীৱন পাৰ কৰা খেতিয়কে এইবেলি কোনোমতে মূৰ দাঙি উঠিবলৈ চেষ্টা কৰিবলৈ নৌপাওতেই বছৰৰ প্ৰথমটো সংহাৰী বানত ভেটিৰে সৈতে কষ্টৰ ফচল খেতিও সমূলি হেৰুৱাবলগীয়া হৈছে। দুবছৰীয়া বন্দীত্বত ধাৰ ঋণত পোত গৈ থকা খেতিয়কে ভাবিছিল এইবেলি খেতি চপাই ঋণ পৰিশোধ কৰিব। কিন্তু ভবা কথা ভবাতেই ৰ’ল। পিছে এই লৈ চৰকাৰ-জাতীয় সংগঠন নীৰৱ। Leave a comment Share This Share on FacebookShare on Facebook Post navigationPreviousPrevious post:কাণমলা!NextNext post:লোকেল উৎপাতপৰিণামMay 19, 2024দীপৰ বিলMay 18, 2024মই পৰাগMay 17, 2024গৰমৰ কথাMay 16, 2024ভাড়া!May 15, 2024DebateMay 14, 2024