May252022Spread the love সাধু কথাৰেই চলিছে একাংশ সংবাদ গোষ্ঠী আৰু সাংবাদিক। প্ৰভাৱশালী কোনোৱে সাজি সাজি সাধু কথা ক’ব আৰু তাকে একাংশ সাংবাদিকে ৰাইজৰ মাজত প্ৰচাৰ চলাব। আৰু তাৰ ফলতেই কাঁন চলচিত্ৰ মহোৎসৱৰ ৰঙা কাৰ্পেটত অসমৰ খেনোৱে খোজ দি অসমক গৌৰৱান্বিত কৰা বুলি ‘নগৈ গড়গাঁৱৰ বতৰা’ দিয়াৰ লেখীয়া ভুৱা বাতৰি বিলাই ফুৰিছে অসমৰ একাংশ সংবাদ গোষ্ঠীয়ে। আৰু অসমৰ সচেতন ৰাইজে এই লৈ সংশ্লিষ্ট সংবাদ মাধ্যম আৰু সাংবাদিকক ককৰ্থনাৰে থকা-সৰকা কৰিছে। Leave a comment Share This Share on FacebookShare on Facebook Post navigationPreviousPrevious post:কাৰ্পেট : কাৰ পেট!NextNext post:কাণমলা!পৰিণামMay 19, 2024দীপৰ বিলMay 18, 2024মই পৰাগMay 17, 2024গৰমৰ কথাMay 16, 2024ভাড়া!May 15, 2024DebateMay 14, 2024