শ্ৰদ্ধাৰ্ঘ

গৰিমা হাজৰিকা, অসমৰ প্ৰসিদ্ধ শাস্ত্ৰীয় নৃত্যশিল্পী।  সত্ৰীয়া আৰু ওডিছী নৃত্যৰ বিশাৰদ শিল্পীগৰাকীয়ে অসমৰ সংস্কৃতিক অতুলনীয়ভাৱে সমৃদ্ধ কৰিছে। তেওঁৰ মৃত্যুত জনাইছোঁ শ্ৰদ্ধাৰ্ঘ।  

নয়নৰ মণি!

কমনৱেলথ্‌ গেমছত ইতিহাস গঢ়ি লন বল খেলত দক্ষিণ আফ্ৰিকাক হৰুৱাই সোণৰ পদক অৰ্জন ভাৰতীয় দলৰ। দেশৰ লগতে অসমক গৌৰৱান্বিত কৰিছে নয়নমণি শইকীয়াই। দলটোৰ লাভলী চৌবে, ৰূপাৰাণী তিৰ্কী, পিংকী সিঙৰ লগতে নয়নমণি শইকীয়াক উষ্ম অভিনন্দনসহ অভিবাদন।