জয়মালা

আসমৰ পৰা লৈ যোৱা জয়মালা নামৰ হাতীটোক তামিলনাডুত অত্যাচাৰ, মৃত্যু যন্ত্ৰণাত চটফটাই থকা হাতীটোক অসমলৈ ফিৰাই আনিবলৈ অসম চৰকাৰক আহ্বান জনাইছে ৰাইজে।

পিঠি বচাওক!

কাইলৈ অনুষ্ঠিতব্য অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত অনিয়ম কৰিলে পিঠি ফালি দিম বুলি অসংসদীয় বাক্য প্ৰয়োগ দায়িত্বশীল প্ৰশাসকৰ। ৰাইজৰ মাজত প্ৰতিক্ৰিয়া।