অসমৰ সুৱদী মাত
সুদীৰ্ঘ দিনধৰি গুগল অনুবাদত অসমীয়া ভাষাৰ হকে অৱদান যোগাই অহা বহুকেইজন ভাষাপ্ৰেমী অগ্ৰগামী অসমীয়াৰ অৱদানৰ বলত অসমীয়া ভাষাক ‘গুগল’-এ আনুষ্ঠানিকভাৱে গুগল অনুবাদত অন্তৰ্ভূক্ত কৰি স্বীকৃতি প্ৰদান কৰিছে। এই অন্দোলনটোৰ প্ৰকৃত যোদ্ধা অসমীয়াসকলক অভিবাদন!

