Apr32022Spread the love অসমীয়া জাতিৰ স্পন্দন বিহুক লৈ কৰা বেপাৰৰ নামত একাংশ কোম্পেনীয়ে বিজ্ঞাপনত বিকৃত ৰূপত বিহু সংস্কৃতিক উপস্থাপন কৰিছে। জাতি আৰু সংস্কৃতিক কৰা ই এক চৰম অপমান। আনহাতে একাংশ লোকে দিনে দিনে অসমীয়া লোক সংস্কৃতিক বিজতৰীয়া কৰাটো এক অভ্যাসত পৰিণত হৈছে। Leave a comment Share This Share on FacebookShare on Facebook Post navigationPreviousPrevious post:হস্তী দৰ্শনNextNext post:মূল্যবৃদ্ধি ক’ত?ভয়May 8, 2024সুবিধাMay 4, 2024স্বাভিমানMay 3, 2024কাক ভোট দিবাMay 2, 2024অ’ ফুল অ’ ফুলApril 29, 2024আঁৰ বাণ নক্সালApril 28, 2024