বিBACK

দেশৰ লগতে অসমতো বৃদ্ধি পাইছে এচাম উন্মত্ত মানুহৰ সংখ্যা। বিবেক বিসৰ্জন দি জধেমধে কোনো কাৰণ নোহোৱাকৈ মানুহক প্ৰহাৰ কৰিছে অথবা হত্যা কৰিছে। শেহতীয়াকৈ জোনাইত সোপাধৰাৰ সন্দেহত এজন মানসিক ৰোগীক উন্মত্ত এচাম মনুহে গণপ্ৰহাৰ কৰি নৃশংসভাৱে হত্যা কৰে।

জয়মালা

আসমৰ পৰা লৈ যোৱা জয়মালা নামৰ হাতীটোক তামিলনাডুত অত্যাচাৰ, মৃত্যু যন্ত্ৰণাত চটফটাই থকা হাতীটোক অসমলৈ ফিৰাই আনিবলৈ অসম চৰকাৰক আহ্বান জনাইছে ৰাইজে।