Apr32022Spread the love অসমীয়া জাতিৰ স্পন্দন বিহুক লৈ কৰা বেপাৰৰ নামত একাংশ কোম্পেনীয়ে বিজ্ঞাপনত বিকৃত ৰূপত বিহু সংস্কৃতিক উপস্থাপন কৰিছে। জাতি আৰু সংস্কৃতিক কৰা ই এক চৰম অপমান। আনহাতে একাংশ লোকে দিনে দিনে অসমীয়া লোক সংস্কৃতিক বিজতৰীয়া কৰাটো এক অভ্যাসত পৰিণত হৈছে। Leave a comment Share This Share on FacebookShare on Facebook Post navigationPreviousPrevious post:হস্তী দৰ্শনNextNext post:মূল্যবৃদ্ধি ক’ত?পৰিণামMay 19, 2024দীপৰ বিলMay 18, 2024মই পৰাগMay 17, 2024গৰমৰ কথাMay 16, 2024ভাড়া!May 15, 2024DebateMay 14, 2024