সাংবাদিকতাৰ সংকট আৰু সংকেত
নিতুপৰ্ণ ৰাজবংশী মানুহে আন্তৰিকতাৰেই বিচাৰিছে সংবাদ মাধ্যম আৰু সাংবাদিকতাই মানুহৰ পক্ষে থাকক। ডিজিটেল দুনীয়াই সংবাদ মাধ্যমক তড়িৎ গতিৰে মানুহৰ কাষলৈ লৈ যোৱাৰ সমান্তৰালকৈ ডিজিটেল বিকল্প সংবাদ মাধ্যমে ছপাৰ লগতে বৈদ্যুতিন সংবাদ মাধ্যমকো চেৰ পেলাই আগুৱান হোৱাৰ সময়ত পৰম্পৰাগত সংবাদ মাধ্যমৰ অস্তিত্ব বাহাল থকাটো অত্যন্ত প্ৰয়োজন বুলি খোদ ডিজিটেল মাধ্যমতেই চৰ্চা চলিছে। ডিজিটেল প্লেটফ’ৰ্মখন ব্যৱহাৰ…
বেৰাই থাকা বন্নগৰখান
নিতুপৰ্ণ ৰাজবংশী উইধাইছিলুং- কহায়? এহ যাং ন’! আৰু ৰৈ থকা নাই এই মফচল। উকাপুৱাৰ শেফালিকাৰ গন্ধৰ দৰেই আমোলমোল অনন্ত আহিনৰ সম্ভাৱনাৰ এই মফচল। সেই প্ৰাচীন গোঁহাই কমলেদি ফইতা কোবাই বেৰাই থকা কামৰূপ-কামতাৰ এখন পুৰাতন চহৰৰ নাম ‘বন্নগৰ’ কিম্বা বৰনগৰ। মানাহ কি নলঝৰা অথবা বেকীয়ে ঢুৰকায় চায় এই পুৰাকথাৰ চহৰখনক। গাৰোমল্লাৰ সেই পথাৰখন…











