কার্টুনিষ্ট নিতুপর্ণ ৰাজবংশীৰ লগত কিছু অন্তৰংগ আলাপ
শৈশৱত ক্রিকেটৰ বল তুলি ল’লেই নিজকে কপিলদেৱ, মার্চিয়েল আটৰ স্কুলত যোগদান কৰি নিজকে ব্রুচ লী বুলি ভাবি ভাল পোৱা নিতুপর্ণ ৰাজবংশীৰ জন্মস্থান বৰপেটা জিলা সৰভোগত। ১৯৮২ চনৰ ফেব্রুৱাৰী মাহত। জন্ম গ্রহণ কৰিয়েই অঘোষিত ভাবে ঘোষনা কৰিছিল যে সৰভোগৰ দৈৰ দৰে তেঁৱো এদিন বিখ্যাত হ’ব। অসাধাৰণ প্রতিভা দক্ষতা আৰু সাধনাৰ বলত তেওঁ আজি অসমৰ এজন অন্যতম…

